Posts

Showing posts from October, 2025

Assamese Quotes And Status On Life

Image
বন্ধু-বান্ধৱী সকল আজি আমি এই আর্টিকেলটোত কেইটামান Assamese Quotes And Status On Life লিখিম আশা কৰোঁ এই Assamese Quotes And Status সমূহ আপোনালোকৰ ভাল লাগিব। যদি ভাল লাগে তেনেহলে শ্বেয়াৰ কৰিব । এটা কথা বুজি নাপাও প্ৰতিটো সম্পৰ্ক প্ৰথমতে ধুনীয়া হয়, অতি সংগঠিত হয়, কিন্তু কিছু সময়ৰ পাছত কিয় বা আগৰ দৰে কথা নহয়  কোনেও কাকো বুজিব নিবিচাৰে। এজনে অপেক্ষা কৰি বহি থাকে আন এজন ব্যস্ততা দেখায়। প্ৰথমতে ইমান ব্যস্ত ক'ত আছিল? শেষত ইমান পৰিৱৰ্তন কিয়? যি তুমি আৰাম্ভনিতে কেতিয়াও নাছিলা। এটা কথা জানেনে? আপুনি সস্তীয়া কিবা এটা পালে সেই বস্তুৰ মূল্য আপুনি কেতিয়াওঁ নুবুজে আকৌ যদি সেই বস্তুটো আপোনাৰ পৰা হেৰাই যায়  তেতিয়া আপুনি বুজিব পাৰিব আপুনি কি পাইছিল, আৰু কি হেৰুৱালে। ল'ৰাবোৰ মন বহুত বিচলিত হয় বেছিভাগ সময়তে এই তিনিটা কাৰণতে - প্ৰথমে যেতিয়া তেওঁৰ পকেটত টকা নাথাকে, দ্বিতীয়তে যেতিয়া তেওঁৰ মাক-দেউতাক বৰ বেমাৰত থাকে, আৰু তৃতীয়টো হ’ল তাৰ ভালপোৱা মানুহজনী তাৰ জীৱনৰ পৰা নোহোৱা হৈ যায়। যদি মই গোটেই দিনটো তোমাৰ লগত থাকিব পাৰিলোহেঁতেন তেনেহলে ৰাতিপুৱাটো তোমাৰ হাঁহিৰে আৰম্ভ কৰিলো হেতেন। দুপৰীয়া তোম...